December 9, 2024 2:42 PM December 9, 2024 2:42 PM
4
জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল আমাৰ দেশক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমানৰ শতিকা প্রযুক্তি আৰু তথ্য চ...