January 5, 2025 11:15 AM

views 20

ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ সুবিধা লাভ

ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা এই মাহৰ অন্ন সেৱা দিন অভিযানৰ কালি চতুর্থ দিনালৈকে সমগ্র ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছে। ৬৬ শতাংশতকৈও অধিক লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰা হৈছে। ৰাজ্য চৰকাৰ প্ৰতিজন নাগৰিকৰ খাদ্য আৰু পুৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ। চৰকাৰে অহা ১০ জানুৱাৰীলৈকে অন্ন সেৱা দিন অভিযানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰিব।