January 6, 2026 12:12 PM

views 11

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত ভাৰতীয় ৰে’ল মন্ত্ৰ্যালয়েৰ মূলধনী ব্যয়ৰ ৮০ শতাংশতকৈও অধিক ব্যৱহাৰ

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রিমাসিকত ভাৰতীয় ৰে'ল মন্ত্রালয়ে মূলধনী ব্যয়ৰ ৮০ শতাংশতকৈও অধিক ব্যৱহাৰ কৰিছে। ৰে'ল মন্ত্রালয়ে সদৰি কৰা অনুসৰি ৰেল মন্ত্রালয়ে বিগত ডিচেম্বৰৰ শেষ ভাগলৈ মুঠ বাজেটৰ সমৰ্থন ২ লাখ ৫২ হাজাৰ ২০০ কোটি টকাৰ ভিতৰত দুই লাখ ৩ হাজাৰ ১৩৮ কোটি টকা ব্যয় কৰিছে। মন্ত্রালয়ে লগতে সদৰি কৰিছে যে, যাত্ৰীসকলৰ সুবিধা, আন্তঃগাথনি উন্নীতকৰণ, সক্ষমতা বৃদ্ধি তথা সুৰক্ষা ব্যৱস্থাসমূহকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ দিশত এই ধন ব্যয় কৰা হৈছে। এই সন্দৰ্ভত মন্ত্রালয়ে ৰে'ল পথৰ দ্বৈতকৰণ, গজলৈ উন্নীতকৰণ, নতুন ৰ...