July 19, 2025 12:24 PM July 19, 2025 12:24 PM
5
ডুমডুমা ৰে’লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’ল প্ৰশাসনলৈ পত্ৰ ৰে’লৱে পৰিষদৰ
■ ৰে'লৱে পৰিষদে ডিব্ৰু-শদিয়া ৰে'লপথৰ ডুমডুমা ৰে'লৱে ষ্টেচন মুকলি সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'ল প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বাণিজ্যিক পৰিচালকলৈ প্ৰেৰণ কৰা এই পত্ৰখনত যাত্ৰীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আৰু টীকট কাউণ্টাৰ স্থাপন সন্দৰ্ভতো উত্তৰ বিচৰা হৈছে। ৰে'লৱে পৰিষদৰ যান-বাহন বাণিজ্যিক শাখাৰ যুটীয়া সঞ্চালক নিশিথ লুকাছ টিাই যোৱা উত্তৰ-পূব সীমান্ত ৰে'লৱেক অহা ২১ জুলাইৰ ভিতৰত এই পত্ৰৰ বিশদ প্রতিবেদন দাখিল কৰিবলৈ স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে অসমকে ধৰি উত্তৰ-পূৰ...