October 16, 2025 9:55 AM

views 31

দীপাৱলী আৰু ষট পূজাৰ সময়ত উত্তৰ ৰে’লৱেৰ এহাজাৰখন বিশেষ ৰে’লৰ ব্যৱস্থা

দীপাৱলী আৰু ষট পূজাৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে উত্তৰ ৰে'লৱেই এহেজাৰখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰে'লৱেৰ মহা প্ৰৱন্ধক অশোক কুমাৰ বাৰ্মাই এইকথা সদৰি কৰে। তেওঁ কয়, যে বিশেষ ৰে’লগাড়ীসমূহৰ যাত্ৰাৰ তদাৰক কৰিবলৈ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে।