December 16, 2024 8:35 PM

views 12

গুৱাহাটী মহানগৰীত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি

গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমজিলা কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি কৰা হয়। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত ৰাইজে যানবাহনৰ অনুজ্ঞাপত্ৰ, কৰ পৰিশোধ, নথিপত্ৰৰ সকলো কামকাজ সমজিলাৰ কাৰ্যালয়ত কৰিব পাৰিব। ৰাইজৰ অসুবিধা আঁতৰোৱাৰ বাবে পৰিবহণ বিভাগে বিশেষ গোট গঠন কৰিছে। উল্লেখযোগ্য যে জালুকবাৰীৰ লগতে ডিমৰীয়া, নিউ গুৱাহাটী আৰু দিছপুৰ সম-জিলাৰ কাৰ্যালয়তো এই সুবিধা লাভ কৰিব। ইপিনে সমাগত ৩১ ডিচেম্বৰ তথা নৱবৰ্ষৰ আনন্দ-উ...