September 26, 2024 9:15 PM

views 42

নিবনুৱা সমস্যা, কৃষকৰ বাবে উৎপাদিত শস্যৰ ন্যূনতম সমর্থন মূল্যৰ সন্দৰ্ভত বিজেপিক ৰাহুল গান্ধীৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা আৰু কৃষকৰ বাবে উৎপাদিত শস্যৰ ন্যূনতম সমর্থন মূল্যৰ সন্দৰ্ভত বিজেপিক সমালোচনা কৰিছে। আজি হাৰিয়ানাৰ কৰ্ণাল জিলাৰ আচ্ছান্ধ বিধানসভা সমষ্টিত আয়োজিত কংগ্ৰেছৰ বিজয় সংকল্প শোভাযাত্ৰাত শ্ৰী গান্ধীয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কর্মসংস্থাপনহীনতাৰ ফলত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত তেওঁ কয় যে, বিজেপি চৰকাৰে কৃষকসকলক ঋণ ৰেহাইৰ সকাহ প্ৰদান কৰাত ব্যৰ্থ হৈছে। কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰৰ ...