April 29, 2024 8:29 PM April 29, 2024 8:29 PM

views 3

উত্তৰ গুজৰাটৰ পাটানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নির্বাচনী প্ৰচাৰ সভা

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ গুজৰাটৰ পাটানত এখন নির্বাচনী সভাত অংশ গ্ৰহণ কৰে। শ্ৰীগান্ধীয়ে দেশত বৃদ্ধি পোৱা মুদ্রাস্ফীতিৰ হাৰ আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ এন ডি এ চৰকাৰৰ বিৰুদ্ধে একাংশ বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ বুজন সংখ্যক ঋণ ৰেহাই দিয়া আৰু কৃষক তথা সাধাৰণ শ্ৰমিকসকলৰ প্ৰতি অন্যায়-অবিচাৰ কৰা বুলি অভিযোগ তোলে। আনহাতে, গুজৰাট বিজেপিৰ সভাপতি চি আৰ পাটিলে ৰাজ্যখনত দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইপিনে, ইন্দোৰৰ কংগ্ৰেছ...