February 4, 2025 12:58 PM

views 11

ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্রেণী বিভাজনৰ সাদিনীয়া প্ৰশিক্ষণৰ সামৰণি

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰহা মীন মহাবিদ্যালয় আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ তথা উত্তৰাখণ্ডৰ শীতল জল মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৰহাত অনুষ্ঠিত মাছৰ আণৱিক শ্রেণী বিভাজনৰ সাদিনীয়া প্ৰশিক্ষণৰ কালি সামৰণি পৰে। ২৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণৰ অসম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, পশ্চিমবংগ, তামিলনাড়ু, গুজৰাট আৰু বিহাৰৰ ২৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। মীন মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ উপৰি আন কেইবাগৰাকীও সমল ব্যক্তিয়ে অনুষ্ঠানত অংশ লয়। যোৱা ১ ফেব্ৰুৱাৰীত এই প্ৰশিক্ষণৰ অংশ হিচা...