November 19, 2024 8:32 PM

views 24

তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্ননীল পালে কাকজানৰ ৰজা বড়োচা সমন্বয় ক্ষেত্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মৰাণ বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁ মৰাণ সংগঠনৰ নেতৃবৃন্দ আৰু ৰাইজৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি চিত্রাংকন, কবিতা আবৃত্তি, বিহুগীত, কুইজ, তর্ক, বিয়ানাম আদি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ হ'...