July 1, 2025 8:07 PM July 1, 2025 8:07 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ পৰিয়ালে আগবঢ়োৱা আলোকচিত্র আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া চাৰে ৬ বজাৰ পৰা ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠান আৰম্ভ হৈছে। অনুষ্ঠানত বি...