January 16, 2026 8:00 PM

views 2

শিৱসাগৰত শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত

শিৱসাগৰ জিলাত আজি অসমীয়া যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত হয়। শেহতীয়াকৈ শিল্পীগৰাকীয়ে মুকলি কৰা ৰবীন আৰ্মী এপৰ জৰিয়তে অসমীয়া যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ লগতে আত্ম-সংস্থাপনৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ ব'ৰ্ডিং খেলপথাৰত অনুষ্ঠিত পঞ্জীয়ন প্ৰক্ৰিয়াত আজি বিশিষ্ট ছবি পৰিচালক ৰাজেশ ভূঞা উপস্থিত থাকে। শিৱসাগৰত ইতিমধ্যে ১৫০ জনৰো অধিক দক্ষতাসম্পন্ন যুৱক-যুৱতীয়ে এই এপত নিজৰ নাম পঞ্জীয়ন কৰে। ৰবীন আমীয়ে যুৱক-যুৱতীস...