September 27, 2024 1:02 PM September 27, 2024 1:02 PM
8
ৰাজ্যৰ ভিন্ন স্থানত ৰেবিজ ৰোগৰ বিপদ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব ৰেবিজ সপ্তাহ পালন
শিশুসকলৰ মাজত কুকুৰৰ সৈতে স্বাস্থ্যকৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে ৰেবিজ ৰোগৰ বিপদ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব ৰেবিজ সপ্তাহ পালন কৰা হৈছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে শোণিতপুৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে মাকলিঅ'ড ৰাছেল, মিছন ৰেবিজ আৰু ডব্লিউ ডব্লিউ এফৰ সহযোগত বিশ্ব ৰেবিজ সপ্তাহ উদযাপন কৰিছে। ব্রেকিং ৰেবিজ বাউণ্ডেৰীজ শ্লোগানেৰে সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হৈছে। এই উদ্দেশ্যে তৰাজুলি চাহ বাগিচাৰ এল পি স্কুলত অনুষ্ঠিত অনুষ্ঠানত প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অং...