July 4, 2024 12:56 PM

views 20

২০২৪-২৫ ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কুইণ্টলত ২,৭৭৫ টকা ধাৰ্য

ভাৰতীয় খাদ্য নিগমে ২০২৪-২৫ ৰবি বিপণন বৰ্ষত ২৬৬ লাখ মেট্রিক টন ঘেঁহু ক্ৰয় কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, যোৱা বছৰ এই সময়ছোৱাত ২৬২ লাখ মেট্রিক টন ঘেঁহু ক্ৰয় কৰা হৈছিল। ক্ৰয় প্ৰক্ৰিয়াৰ পৰা ২২ লাখৰো অধিক খেতিয়ক উপকৃত হৈছে বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। মন্ত্ৰ্যালয়ে কৈছে যে, ন্যূনতম সমর্থন মূল্যত ঘেঁহু ক্ৰয় কৰাৰ ঠিক পাছতে এই খেতিয়কসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰায় ৬১ লাখ কোটি টকা জমা কৰা হৈছে। চৰকাৰে ২০২৪-২৫ ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য প্রতি কু...