July 14, 2025 7:56 PM
19
কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন ড° ৰবি কোটাৰ
ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই চাৰিদিনীয়া বৰাক উপত্যকা ভ্রমণসূচীৰ আজি অন্তিম দিনা কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন কৰে। তেওঁ কৃষক, শ্রমিক আৰু প্ৰশাসনৰ মাজত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবগৰাকীয়ে আজি লক্ষীপুৰৰ মাৰ্কলিন আনাৰস বাগিচা পৰিদৰ্শন কৰে। তেওঁ আনাৰস খেতিয়কসকলৰ সৈতেও এই খেতিৰ সম্ভাৱনা আৰু সম্ভাৱ্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ এগ্র’ অর্গেনিক প্রডাক্ট কোম্পানী লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ কোম্পানীটোৰ পৰিচালনা কমিটী আৰু কৃষক প্রতিনিধিসকলৰ সৈতে গুৰ...