July 13, 2025 8:24 PM

views 16

তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা বৰাক উপত্যকা ভ্ৰমণ

বৰাক উপত্যকাত তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই আজি কাছাৰ জিলাত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। প্রকল্পসমূহৰ কামৰ মান আৰু গতি পৰিদৰ্শন কৰি তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পৰিদৰ্শনৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰাৰ লগতে পাঁচগ্রাম কাগজকলৰ স্থান আৰু সম্ভাৱনাৰ বিষয়ে অৱগত হয়। ইয়াৰ লগতে তেওঁ পাঁচগ্ৰামত ন...