October 24, 2024 1:17 PM

views 19

সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধিৰ সৈতে মুখ্য সচিবৰ বৈঠক

ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই কালি সীমান্ত সুৰক্ষা বাহিনী, ৰাজ্যিক সীমান্ত আৰক্ষী, মাদক দ্রব্য নিয়ন্ত্ৰণ সঞ্চালকালয়ৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে সপ্তম ৰাজ্যিক পৰ্যায়ৰ স্থায়ী সমিতিৰ বৈঠকত মিলিত হয়। এই বৈঠকত আন্তঃসীমান্ত অপৰাধ নিয়ন্ত্ৰণৰ লগতে পশুধন সৰবৰাহ আৰু মাদক দ্রব্য সৰবৰাহ ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়। বৈঠকত কাছাৰ, কৰিমগঞ্জ, ধুবুৰী, আৰু দক্ষিণ শালমাৰা জিলাত ১২ খন অতিৰিক্ত সীমান্ত আৰক্ষী থানা স্থাপনৰ বিষয়ে আলোচনা কৰি পৰামৰ্শ দিয়া হয়। তদুপৰি সীমান্ত...