June 11, 2025 9:25 PM
ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন
ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন কৰা হৈছে। প্ৰতিবছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয়। এই উৎসৱত ৰা...