April 4, 2025 12:35 PM April 4, 2025 12:35 PM
3
কটকটীয়া নিৰাপত্তাৰ মাজত ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা
ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৩টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা চলি আছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ১৯টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত জিলা আয়ুক্ত কাৰ্যালয়ত চলি আছে। এই বাতৰি যুগুতোৱাৰ পৰলৈ বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অর্জুন ছেত্রী, বামুনীগাঁও সমষ্টিত বিজেপি প্রার্থী অজিৎ ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্রার্থী মেঘালি ৰাভা, লুকি সমষ্টিত নিৰ্দলীয় প...