November 2, 2025 7:34 PM

views 32

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত চলি আছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন টাইত ৰাস উৎসৱ অনুষ্ঠিত হ'ব। এই উপলক্ষে নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক-যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। একেদৰে নামনি অসমৰ বিভিন্ন স্থানত মৃন্ময় মূৰ্তিৰে ৰাস পালনৰ বাবে মৃৎ শিল্পীসকলে পূৰ্ণ গতিত কাম কৰি আছে। মাজুলীৰ বিভিন্ন স্থানত পৰহিলৈৰ পৰা ৰাস মহোৎসৱ...

November 16, 2024 11:12 AM

views 25

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আৰম্ভ

ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। উজনিৰ পৰা নামনিলৈ মৃণ্ময় মূৰ্তিৰ লগতে জীৱন্ত মানৱ ৰাসৰ ভক্তিৰস আৰু আধ্যাত্মিকতাই জনসাধাৰণক আপ্লুত কৰিছে। প্ৰতি বছৰে শৰতৰ পূৰ্ণিমাৰ নিশাৰ পৰা বৃন্দাবন, মথুৰাকে ধৰি আন বিভিন্ন স্থানৰ লগতে অসমতো শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদযাপন কৰা হৈছে। ৰাস উপলক্ষে সত্ৰনগৰী মাজুলীতো উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। নদীদ্বীপ মাজুলীত কালিৰে পৰা তিনি-চাৰি দিনীয়া কাৰ্যসূচীৰে ৬৫ খন মঞ্চত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। মাজুলীৰ এই ৰাস উৎস...