January 21, 2025 11:18 AM

views 11

ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড সাজু

সংবিধান প্ৰণয়ন হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰতি বিশেষ গুৰুত্ব দি ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক দক্ষতা প্ৰদৰ্শন কৰিবলৈ ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেড সাজু কৰা হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'ও ছুবিয়ানটোয়ে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কয় যে ভাৰতীয় সশস্ত্র বাহিনীৰ দলৰ সৈতে কার্তব্য পথত অনুষ্ঠিত হ'বলগীয়া পেৰেডত ১৬০ জনীয়া বিশেষ পেৰেড গোট আৰু ইণ্ডোনেছিয়াৰ ১৯০ জনীয়া এটা বিশেষ পে...