July 29, 2024 1:16 PM

views 10

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী এছ জয়শংকৰে আজি টকিঅ'ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্রহণ কৰিছে। শ্ৰীজয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক কোৱাড কাৰ্যসূচীক আগবঢ়াই নিয়া তথা এই ক্ষেত্ৰত সফলতা লাভৰ দিশত এটা গুৰুত্বপূর্ণ অনুষ্ঠান। চাৰিখন ৰাষ্ট্ৰৰ মাজৰ ক...