July 2, 2025 4:58 PM July 2, 2025 4:58 PM

views 11

কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা দিয়া হৈছে। তেওঁলোকে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলোধৰণৰ আৰু ৰূপৰ সন্ত্রাসবাদক সৰ্বসন্মতভাৱে গৰিহণা দিয়ে। ই...