December 31, 2024 6:23 PM

views 14

কোৱাডৰ ২০ সংখ্যক বার্ষিকীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, যে কোৱাড ৰাষ্ট্ৰ গোষ্ঠীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ড০ জয়শংকৰে এইখণ্ডৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে কোৱাড ৰাষ্ট্ৰ গোষ্ঠী বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। কোৱাডৰ কুৰি সংখ্যক বার্ষিকী উপলক্ষে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এটা যুটীয়া বিবৃতিত এই ৰাষ্ট্ৰ গোষ্ঠীয়ে বৰ্তমান ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত ইয়াৰ অংশীদাৰসকলৰ সৈতে একেলগে কাম কৰিছে বুলি প্ৰকাশ কৰা হৈছে। এই ৰাষ্ট্ৰ গোষ্ঠীয়...