September 27, 2025 6:57 PM

views 29

পাৰমিন্দৰ সিং পিণ্ডিক সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতলৈ প্ৰত্যপূৰ্ণ কৰাত পঞ্জাৱ আৰক্ষীৰ সফলতা

কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত বাবৰ খালছা ইণ্টাৰনেচনেলৰ সন্ত্ৰাসবাদী পাৰমিন্দৰ সিং পিণ্ডিক সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ভাৰতলৈ প্ৰত্যপূৰ্ণ কৰাত পঞ্জাৱ আৰক্ষী সফল হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পিণ্ডি বিদেশত বসবাস কৰা দুটা সন্ত্ৰাসবাদীৰ ঘনিষ্ঠ সহযোগী আৰু পঞ্জাবৰ বাটালা-গুৰুদাসপুৰ অঞ্চলত পেল বোমাৰ আক্ৰমণ, হিংসাত্মক কার্যকলাপৰ লগতে ধন দাবীৰ ঘটনাত জড়িত আছিল। আৰক্ষীৰ অনুৰোধত ৰেড কৰ্ণাৰ নটিচৰ পাছত বিদেশ মন্ত্ৰ্যালয় আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ প্ৰশাসনৰ দলে বিচাৰৰ বাবে সন্ত্ৰাসবাদী পিণ্ডিক দেশলৈ...