November 4, 2024 12:36 PM

views 61

পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থা আৰু ভাৰতীয় খাদ্য নিগমৰ ক্ৰয়

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাৱত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে । গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২ হেজাৰ ৩২০ টকা মূল্যত এই ধান ক্ৰয় কৰা হৈছে। চৰকাৰে বৰ্তমানলৈকে এইবাৰৰ খাৰিফ বিপনন বৰ্ষত ১৯ হাজাৰ ৮০০ কোটি টকাৰ ধান ক্রয় কৰিছে আৰু ইয়াৰ পৰা ৪ লাখ খেতিয়ক উপকৃত হৈছে। পাঞ্জাৱত ২০২৪-২৫ খাৰিফ বিপনন বৰ্ষৰ বাবে পহিলা অক্টোবৰত ধান ...