May 9, 2025 8:39 PM
৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ পঞ্জাব চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ
পঞ্জাব চৰকাৰে ৯টা ড্রোণ বিৰোধী ব্যৱস্থা ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভাগৱন্ত সিং মানে এই কথা প্ৰকাশ কৰিছে। সীমান্ত সুৰক্ষা বাহিনীৰ সহায়ত নিচাযুক্ত দ্ৰৱ্য...