September 5, 2025 9:09 PM
পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গভীৰ উদ্বেগ প্রকাশ
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয়-...