June 25, 2025 10:01 PM

views 7

পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৩ হাজাৰ ৬২৬ কোটি টকা ব্যয় সাপেক্ষ পুণে মেট্ৰ' ৰে'ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ কথা অৱগত কৰি কয় যে ১৩ টা ষ্টেচনেৰে ১২ দশমিক ৭-৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিৰিক্ত ৰে'ল পথটো নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পই তথ্য প্রযুক্তি হাব, বাণিজ্যিক অঞ্চল, শিক্ষা প্ৰতিষ্ঠান আৰু আৱাসিক অঞ্চলক সামৰি ৰাজহুৱা প...