July 28, 2025 10:35 AM

views 22

আকাশবাণীৰ পাব্লিক স্পীকত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত নতুন দিল্লীৰ আই এল বি এছ হাস্পতালৰ হেপাট’ল’জি বিভাগৰ চিকিৎসক ডাঃ বিশাল আৰোৰাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক এই বিষয়ে প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্রশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্...