July 8, 2024 12:28 PM July 8, 2024 12:28 PM
9
আকাশবাণী বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি ‘ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান-২০২৪’ সন্দৰ্ভত আলোচনা
আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে. মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপ-আয়ুক্ত ডাঃ চোভনা গুপ্তাৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ...