June 10, 2024 5:49 PM June 10, 2024 5:49 PM
10
আকাশবাণীৰ প্লাবিক স্পীকত আজি বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা
আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ স্বাতি সিং চামিবয়ান আৰু চাৰকুলাৰ অৰ্থনৈতিক বিশেষজ্ঞ ড° সুনীল পাণ্ডেৰ সৈতে বহনক্ষম ভৱিষ্যতৰ বাবে আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জাৱৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয়তেও প্রশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গ'ল...