August 5, 2024 12:12 PM

views 15

আকাশবাণীৰ পাৱলিক স্পীকত আজি দক্ষ ভাৰতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা চাৰে ৯ বজাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এন এছ ডি চি আন্তঃৰাষ্ট্ৰীয়ৰ ব্যৱস্থাপনা সঞ্চালক বেদ মণি তিৱাৰীৰ সৈতে দক্ষ ভাৰতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টা সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি দক্ষতা বিকাশ সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন সুবিধা তথা কেনেদৰে...