June 30, 2025 11:58 AM

views 26

আকাশবাণীৰ পাব্লিক স্পীকত আজি প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত প্ৰাৰম্ভিক স্তৰত মানসিক সমস্যাসমূহৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত এইমছৰ মানসিক স্বাস্থ্য বিভাগৰ অধ্যাপক ডাঃ নন্দ কুমাৰৰ সৈতে বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিসকলক এই বিষয়ে প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্রশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ...

June 2, 2025 8:31 PM

views 28

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত ডিজিটেল ব্যৱসায়ত দুষ্টচক্ৰৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষা এই সন্দৰ্ভত গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব অনুপম মিশ্ৰ আৰু গ্ৰাহক আইন, অধিকাৰ আৰু সুৰক্ষাৰ বিশেষজ্ঞ পুস্পাগিৰি মাজিৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব ...

May 26, 2025 1:03 PM

views 33

আকাশবাণীৰ পাব্লিক স্পীকত আজি অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত অগ্নি সুৰক্ষা সুনিশ্চিত কৰা : জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত দিল্লী অগ্নিসেৱাৰ সঞ্চালক অতুল গাৰ্গ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ অগ্নিসেৱা বিভাগৰ সঞ্চালকপ্ৰধান প্ৰশান্ত লংকাৰৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪...

May 19, 2025 9:20 PM

views 34

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীক

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ চফদজং চিকিৎসালয়ৰ হাওফাওৰ ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিটালৰ সৈতে হোৱা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে ৱাটছএপ যোগে...

May 5, 2025 1:09 PM

views 24

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° অনুপম প্ৰকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্মৰ দিনত সুৰক্ষিতভাৱে থকা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আৰ কে জেনামানি আৰু লেডী হার্ডিঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড° অনুপম প্ৰকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত গ্রীষ্মজনিত ৰোগৰ সমস্যা আৰু ইয়াৰ চিকিৎসা সম্বন্ধে ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যো...

April 7, 2025 7:40 PM

views 24

আকাশবাণীৰ পাব্লিক স্পীকত আজি জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালকপ্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত ০১১-২৩৪২-১০৫০ আৰু ০১১-২৩৩১- ৪৪৪৪ নম্বৰত ফোন কৰি বৰষুণৰ পানী সঞ্চয়, দৈনন্দিন জীৱনত পানী সংৰক্ষণ আৰু পানী সংৰক্ষণৰ বাবে চৰকাৰৰ প্রচেষ্টাসমূহৰ সন্দৰ্ভত সমল ব্যক্তিগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০-৯৪০৪৪ নম্...

March 10, 2025 1:06 PM

views 33

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশান্ত কুমাৰ আৰু ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত অনলাইন বিত্তীয় প্ৰবঞ্চনা সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয়ক কেন্দ্ৰৰ সঞ্চালক নিশান্ত কুমাৰ আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি কিদৰে বিত্তীয় প্রবঞ্চকক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ক'ত অভিযোগ দাখিল কৰিব পাৰি লগতে এনে প্ৰবঞ্চনাক কিদৰে এৰাই চলিব পাৰি স...

February 24, 2025 12:01 PM

views 27

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° সুনীল পাণ্ডে আৰু মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পুনৰ ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত বৃত্তীয় অর্থনীতি তথা আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° সুনীল পাণ্ডে আৰু পৰিৱেশবিদ মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।

January 27, 2025 3:01 PM

views 35

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 20, 2025 12:57 PM

views 28

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশা পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত এলানি বিশেষ আলোচনা সম্প্ৰচাৰ

বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ...