November 12, 2025 12:24 PM

views 28

আজি জনসেৱা সম্প্ৰচাৰ দিৱস

আজি জনসেৱা সম্প্ৰচাৰ দিৱস। আজিৰ দিনটোতেই আকাশবাণী যোগে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ঐতিহাসিক ভাষণ প্ৰদান কৰাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে নৱেম্বৰ মাহৰ ১২ তাৰিখে এই দিৱস পালন কৰা হয়। মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ আজিৰ দিনটোতে আকাশবাণীৰ নতুন দিল্লীৰ কেন্দ্ৰটো প্ৰথমবাৰ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁক স্বাধীনতা সংগ্ৰামী ৰাজকুমাৰী অমৃত কৌৰে সংগ দিছিল। প্ৰথমতে গান্ধীয়ে ৰেডিঅ'ত কথা ক'বলৈ দ্বিধাবোধ কৰিছিল, কিয়নো ইয়াৰ পূৰ্বে তেওঁ ঘূৰণীয়া মেজ মেলৰ সময়ত মাত্ৰ এবাৰহে ৰেডিঅত সম্বোধন কৰিছিল। অৱশ্যে ঘনশ্যাম দাস বি...