November 12, 2024 8:17 PM

views 15

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ' পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। আকাশবাণী ভৱনতো আজি ৰাজহুৱা সম্প্ৰচাৰ দিৱস পালন কৰা হয়। সমগ্র দেশতে তথ্য, শিক্ষা আৰু সাংস্কৃতিক বিচিত্ৰতা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণীৰ গুৰুত্বপূৰ্ণ অৱদানক এই দিনটোত আলোকপাত কৰা হয় ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনিত কুমাৰ চেহগালে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা কথা স্মৰণ কৰে। তে...