November 12, 2024 8:13 PM
10
ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ১১ শতাংশৰ বিকাশ হাৰ অৰ্জন
দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে ২০২৪ -২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত ভাল প্ৰদৰ্শনেৰে বাৰ্ষিক ভিত্তিত ১১ শতাংশৰ বিকাশ হাৰ অৰ্জন কৰিছে। এই সময়চোৱাত বেংকসমূহে মুঠ ২৩৬ লাখ ৪ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত কেইটামান বছৰত বেংকিং ক্ষেত্ৰত সেৱাৰ প্ৰসাৰ আৰু দক্ষতা বৃদ্ধি, দেওলীয়া বিধি ৰূপায়ণ আৰু প্ৰশাসনিক পৰিকাথামো সূদৃঢ় কৰাৰ দৰে গুৰুত্বপূৰ্ণ সংস্কাৰৰ সূচনা কৰা হৈছে আৰু ইয়াৰ বাবে বেংকসমূহে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। মন্ত্ৰালয়ে কৈছে, যে এই সংস্কাৰসমূহৰ বাবে ব...