November 26, 2024 8:03 PM November 26, 2024 8:03 PM

views 4

দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ আৰম্ভ

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে  দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ৷ মহানগৰীৰৰ চাৰিটা স্থানত একেলগে এই আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ তৃতীয় মেৰু আৰু হিমসাগৰৰ ভৱিষ্যত বিষয় লৈ হোটেল বিভাণ্টাত শুভাৰম্ভ কৰা আলোচনা চক্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে এইচ ডি এফ চি বেংক লিমিটেডৰ উপ-পৰিচালন সঞ্চালক কাইজাদ ভাৰুচা, টাটা ষ্টীল ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া সৌৰভ ৰয় আৰু বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰ৷ তৃতীয় মেৰুৰ গুৰুত্ব, জলবায়ু আৰ...