December 2, 2025 12:08 PM

views 17

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত আছে। মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে পৰামৰ্শ আগবঢ়াই প্ৰস্তুত কৰা এই প্রতিবেদনৰ বিৰুদ্ধে কালি বাক্সা জিলাৰ ছাপাগুৰি কলেজ শাখাৰ বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত মহাবিদ্যালয়খনৰ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে শিমলা বজাৰলৈ প্রতিবাদী সমদল উলিওৱা হয়। এই সমদলত ভালেসংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ছটা জনগোষ্ঠ...