December 6, 2024 8:58 PM December 6, 2024 8:58 PM
3
বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ
বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে আজি দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত গুৱাহাটীৰ বিজুলী ভৱনত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমন্বয়ৰক্ষী সমিতিৰ যুটীয়াভাৱে দীপক কুমাৰ সাহা, প্রমোদ চন্দ্ৰ দাস আৰু অমিত কৰৰ লগতে বহুকেইজন নেতাই ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। গোলাঘাট শক্তি বিতৰণ কোম্পানীৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্য...