August 19, 2024 12:22 PM August 19, 2024 12:22 PM

views 4

দেশত মাংকীপক্স ৰোগ প্ৰতিৰোধৰ বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিবৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক

দেশত মাংকীপক্স ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা ৰক্ষা পাবৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্রস্তুতি সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰৰ অধ্যক্ষতাত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য উপায় সম্পৰ্কীয় বিষয়সমূহতো আলোচনা কৰা হয়। বৈঠকত মুখ্য সচিবগৰাকীয়ে এই ৰোগৰ তাৎক্ষণিকভাৱে ধৰা পেলাব পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিয়ে। তেওঁ লগতে আগতীয়াকৈ এই ৰোগ ধৰা পেলাব পৰাকৈ পৰীক্ষাগাৰসমূহক অধিক সূক্ষ্ম আৰু বিস্তৃতভাৱে কাম কৰিবলৈ ন...