April 10, 2025 10:17 AM

views 13

কাইলৈ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ বাৰাণসীলৈ যাত্ৰা কৰাৰ লগতে ৩,৪০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে প্ৰথমবাৰলৈ ৭০ বছৰৰ ঊৰ্ধ্বৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান বয় বন্দনা কার্ডো বিতৰণ কৰিব। বাৰাণসীৰ পথ যোগাযোগকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্ৰীয়ে কেইবাটাও পথ তথা আন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো কৰিব। তেওঁ লগতে দুটা ৪০০ কিলোভল্ট আৰু এটা ২২০ কিলোভল্ট ...