August 20, 2024 12:10 PM August 20, 2024 12:10 PM

views 4

নতুন দিল্লীত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভালেকেইখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। প্রধানমন্ত্রী শ্রীমোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিছে। ইয়াৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে যোৱানিশা নতুন দিল্লীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত জলশক্তি আ...