July 21, 2025 12:06 PM
12
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুলাইত চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিব। ভ্রমণকালত শ্রীমোদীয়ে ভাৰত আৰু ব্ৰিটেইন দ্বিপাক্ষিক সম্পর্কক লৈ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় স্বার্থ জড়িত বিভিন্ন সমস্যা তথা বিষয়ত মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণকালত উভয় দেশে বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন, প...