August 21, 2024 9:05 PM August 21, 2024 9:05 PM
4
পোলেণ্ড আৰু ইউক্রেইনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্বিদেশীয় ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৱাৰশ্ব’ত উপস্থিত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্বিদেশীয় ভ্রমণসূচীৰে ইতিমধ্যে ৱাৰশ্ব’ত উপস্থিত হৈছে। ৱাৰশ্ব’ত সামৰিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁক বিপুলভাৱে আদৰণি জনোৱা হয়। শ্রীমোদীয়ে আজি জামচাহেব নৱানগৰ স্মাৰক আৰু মোণ্টে কেচিনো আৰু কোলহাপুৰ স্মাৰকত শ্রদ্ধার্ঘ্য নিবেদন কৰিব। পাছত শ্ৰীমোদীয়ে ৱাৰশ্ব’ত এটা সমূহীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰিব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰী নৰে...