January 6, 2025 12:11 PM

views 20

নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৮৫ কোটি টকা ব্যয় সাপেক্ষে ২.৯২ একৰ ভূমিত স্থাপন হ'ব এই নতুন ভৱনটো। এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত প্রধানমন্ত্রী মোদীয়ে চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে আয়ুষ আৰু আয়ুৰ্বেদৰ দৰে পৰম্পৰাগত ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে৷ ইয়াৰ বাবেই বিগত এটা...