May 28, 2025 10:37 AM
ভাৰতক ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ ৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ বিষয়ে পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। শ্ৰীমোদীয়ে স্বাধীনতা আন্দোলনৰ সৈতে এই বিষয়টো তু...