July 17, 2024 6:25 PM July 17, 2024 6:25 PM
6
মেক ইন ইণ্ডিয়া অভিযানে গোলকীয় মঞ্চত দেশৰ অৰ্থব্যৱস্থাক আগুৱাই লৈ যোৱাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ প্রকাশ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বার্তাযোগে মেক ইন ইণ্ডিয়া অভিযানে গোলকীয় মঞ্চত দেশৰ অৰ্থব্যৱস্থাক কেনেদৰে আগুৱাই লৈ গৈছে সেই বিষয়ে প্রকাশ কৰিছে। মেক ইন ইণ্ডিয়া অভিযানৰ আভাস দি বার্তাটোত এইবুলি কোৱা হৈছে যে সমগ্ৰ বিশ্বত ভাৰতীয় চাইকেলৰ চাহিদা বৃদ্ধি পাইছে। ব্ৰিটেইন, জার্মানী আৰু নেডাৰলেণ্ডছলৈ ভাৰতৰ চাইকেলৰ ৰপ্তানি বৃদ্ধি পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চাহিদা বৃদ্ধিৰ এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ বৰ্দ্ধিত প্ৰভাৱকেই প্রতিফলিত কৰিছে। বার্তাটোত প্ৰকাশ কৰা মতে বিহাৰত ...