December 19, 2025 12:33 PM

views 19

SHANTI বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছত বিধেয়কখনক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'দীর্ঘস্থায়ী প্রয়োগ আৰু ভাৰতৰ ৰূপান্তৰৰ বাবে পাৰমাণৱিক শক্তিৰ বিকাশ' সম্পর্কীয় SHANTI বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতেই বিধেয়কখনক আদৰণি জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত প্রধানমন্ত্ৰীয়ে বিধেয়কখন গৃহীত হোৱাৰ পাছতেই ভাৰতৰ প্ৰযুক্তিগত ক্ষেত্ৰৰ বাবে এয়া এটা ঐতিহাসিক মুহূর্ত বুলি উল্লেখ কৰে। বিধেয়কখনৰ সমৰ্থনত ভোটদান কৰা সাংসদসকলক ধন্যবাদ জনাই প্রধানমন্ত্রীয়ে কয়, যে এই আইনখনৰ জৰিয়তে কৃত্রিম বুদ্ধিমত্তাই পৰিৱেশ অনুকুল উৎপাদনক সক্ৰিয় কৰিব আৰু দেশ তথা বিশ্...