September 2, 2025 1:54 PM
12
ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত ইউক্রেইন সংঘাত সমাধানৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ প্ৰশংসা
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত ইউক্রেইন সংঘাতৰ সমাধানৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ গ্ৰহণ কৰা উদ্যমৰ বাবে তেওঁ ভাৰতৰ লগতে অন্যান্য সহযোগী ৰাষ্ট্ৰসমূহৰ শলাগ লয়। এই সন্মিলনৰ আপাহতে প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে সংঘাতৰ শান্তিপূর্ণ সমাধানৰ প্ৰতি আৰু সকলো ধৰণৰ শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু সম্পূৰ্ণ সমর্থন পুনৰ প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সংঘাতৰ সমাধানৰ বাবে আমেৰিকাৰ ৰাষ...